দুর্গাপূজা সংখ্যা, ২০২৬ চন

মাননীয় বালকৃষ্ণণদেৱৰ জন্ম ১৯৩৮ চনত কেৰালাৰ ত্রিশূৰত হৈছিল। মাননীয় একনাথজী ৰাণাডেৰ আহ্বানক সঁহাৰি জনাই বিবেকানন্দ কেন্দ্ৰৰ প্ৰথম দলৰ 'জীৱনব্রতী' হিচাপে যোগদান কৰাৰ পূৰ্বে তেওঁ ভাৰতীয় বায়ুসেনাত সেৱা আগবঢ়াইছিল। তেওঁ জীৱনৰ পাঁচটাৰো অধিক দশক বিবেকানন্দ কেন্দ্ৰৰ সেৱাত উচৰ্গা কৰিছিল। সামগ্রিকভাবে উত্তৰ-পূৰ্বাঞ্চল তথা বিশেষকৈ অসম আৰু অৰুণাচল প্রদেশত 'বিবেকানন্দ কেন্দ্র বিদ্যালয়' (VKV) সমূহ স্থাপন কৰাত তেওঁ এক মুখ্য ভূমিকা পালন কৰিছিল। তেওঁ ১৯৮১ চনৰ পৰা ২০০১ চনলৈ কেন্দ্ৰৰ মহাসচিব, ২০০১ চনৰ পৰা ২০২০ চনলৈ কেন্দ্ৰৰ সর্বভাবতীয় উপাধ্যক্ষ আৰু ২০২০ চনৰ পৰা দেহাৱসানলৈকে সর্বভাবতীয় অধ্যক্ষ Ⅰ হিচাপে দায়িত্ব পালন কৰিছিল।

এক জী এক লক্ষ্য'ক জীৱনৰ মূলমন্ত্র হিচাপে গ্রহণ কৰা তথা তথা সমগ্র সমগ্র জীবন বাষ্ট্রযজ্ঞত উৎসর্গিত তপস্বী কর্মযোগী মাননীয় বালকৃষ্ণণজীব শ্রীচবণত বিবেকানন্দ কেন্দ্র অসমীয়া প্রকাশন বিভাগে যাঁচিতে একাজলি অশ্রুসিক্ত শ্রদ্ধাঞ্জলি।

×

Post a Comment

0 Comments